पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ৰোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ৰোৱা   ক্ৰিয়া

अर्थ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা

उदाहरणे : সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল

समानार्थी : বচা

अर्थ : কোনো কথাৰ সূত্রপাত ঘটোৱা

उदाहरणे : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে

समानार्थी : ৰোপন কৰা

अर्थ : ৰোপন কৰাৰ কাম হোৱা

उदाहरणे : পথাৰত ৰোপন কৰা হৈছে

समानार्थी : ৰোপন কৰা

अर्थ : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

उदाहरणे : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

समानार्थी : এৰা, থামা, বন্ধ হোৱা, ৰৈ যোৱা

अर्थ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য

उदाहरणे : খেতিয়কে খেতিপথাৰত ধান ৰুইছে

समानार्थी : ৰোপন কৰা

ৰোৱা   বিশেষণ

अर्थ : যʼত চহোৱা আৰু ৰোপন কৰা হৈছে (খেতি)

उदाहरणे : খেতিয়কে ৰোৱা খেতিডৰা ৰখি আছে

चौपाल