अमरकोश हा भारतीय भाषांचा एक अनोखा शब्दकोष आहे. हा शब्द ज्या संदर्भात वापरला जातो त्यानुसार अर्थ बदलतो. येथे शब्दांच्या विविध अर्थांचे वाक्य वाक्य वापर उदाहरणे आणि समानार्थी शब्दांसह तपशीलवार वर्णन केले आहे.
अमरकोशमध्ये मराठी भाषेचे चाळीस हजाराहून अधिक शब्द उपलब्ध आहेत. कृपया शोधण्यासाठी एक शब्द प्रविष्ट करा.
अर्थ : মৃত্যু হোৱা বা শৰীৰৰ পৰা প্রাণবায়ু ওলোৱা কার্য
उदाहरणे :
দুর্ঘ্্টনাগ্রস্ত মানুহজন আজি পুৱাই মৰি থাকিল
समानार्थी : অনন্তধামলৈ গতি কৰা, আয়ু বেলি মাৰ যোৱা, ইহলীলা সম্বৰণ কৰা, কাল হোৱা, চকু মুদা, চাউল উকলা, জীৱ বাজ হোৱা, জীৱ যোৱা, জীৱন বন্তি নুমাই যোৱা, ঢুকোৱা, দেহা পেলোৱা, দেহান্তৰ ঘটা, ধাতু বাজ হোৱা, পাৰ হোৱা, প্রাণ যোৱা, পৰপাৰলৈ গতি কৰা, পৰপাৰলৈ গমন কৰা, পৰলোকগামী হোৱা, বৈকুণ্ঠগামী হোৱা, মৃত্যু হোৱা, মোক্ষ লাভ কৰা, মৰা, শেষ নিশ্বাস ত্যাগ কৰা, শেষ নিশ্বাস লোৱা, সিপাৰ হোৱা, সিফলীয়া হোৱা, স্বর্গগ্ামী হোৱা, স্বর্গী হোৱা, সৰকা, হাড় পেলোৱা