सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ঠাই বা ৰাস্তা-ঘাট আদি সমান কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এক ধৰণৰ বাহন
उदाहरणे : ৰাস্তাটো সমান কৰিবৰ কাৰণে ৰোলাৰ চলোৱা হৈছে
समानार्थी : ৰʼলাৰ
अर्थ : দীঘল আৰু ডাঙৰ আকাৰৰ গধুৰ গোলাকাৰ এনে এক খণ্ড যিহেৰে কোনো ঠাই সমতল কৰা হয় অথবা শিল-বালি আদি গুড়ি কৰি বাট-পথ আদি নি্র্মাণ কৰা হয়
उदाहरणे : ৰোলাৰ গাড়ীত লগোৱা ৰোলাৰে পথ আদি সমান কৰা হয়
समानार्थी : বেলন, ভীম
स्थापित करा