अर्थ : চকুৰ মণিৰ পিছৰ আলোক সুবেদী আৱৰণ বা ত্বক
उदाहरणे :
ৰেটিনাত হেঁচ্া খোৱাৰ ফলত তেওঁৰ ্ সোঁচকুটো অপাৰেচন কৰিব লগা হʼল
समानार्थी : অক্ষিপট, চক্ষুপট, দৃষ্টি পটল
अर्थ : নেত্রগোলকৰ সকলোতকৈ ভিতৰৰ অংশ বা তৃতীয় স্তৰ যাৰ ওপৰত কোনো বস্তুৰ প্রতিবিম্ব গঠন হয়
उदाहरणे :
ৰেটিনাৰ আগত প্রতিবিম্ব গঠন হʼলে তাক মায়ʼপিয়া বোলা হয়