अर्थ : চিত্রৰ ৰূপৰেখা তৈয়াৰ কৰাৰ কাৰণে ৰেখা অংকন কৰা কার্য
उदाहरणे :
প্রথমতে এই চিত্রৰ ৰেখাংকন কৰা আৰু তাৰ পিছত ৰং কৰা
समानार्थी : ৰেখাংকন
अर्थ : ৰেখাৰে তৈয়াৰ কৰা কোনো বস্তুৰ চিত্র
उदाहरणे :
শ্যামৰ ৰেখা-চিত্রখন বৰ ধুনীয়া হৈছে
समानार्थी : ৰেখা-চিত্র, ৰেখাংকন
अर्थ : সীমা নি্র্ধাৰিত কৰিবৰ কাৰণে ৰেখা টনা কার্য
उदाहरणे :
শ্যামে খেলিবৰ কাৰণে খেলপথাৰৰ ৰেখাংকন কৰি আছে
समानार्थी : ৰেখাংকন