सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
उदाहरणे : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
समानार्थी : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ
अर्थ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)
उदाहरणे : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে
समानार्थी : আকৃতি, ৰচনা
अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
उदाहरणे : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
समानार्थी : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত
अर्थ : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু
उदाहरणे : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল
समानार्थी : ৰজত, ৰূপা
अर्थ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
उदाहरणे :
समानार्थी : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ
अर्थ : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক
उदाहरणे : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ
अर्थ : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়
उदाहरणे : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ
अर्थ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
उदाहरणे : তেওঁৰ ্ কান্তি নিৰুপম
समानार्थी : কান্তি, সৌন্দর্য
स्थापित करा