अर्थ : পাকিস্তানত প্রচলিত মুদ্রা
उदाहरणे :
তেওঁ ব্যৱসায়ীজনক পাকিস্তানী ৰুপীৰ দʼম এটা গটাই দিলে
समानार्थी : পাকিস্তানী ৰুপী, ৰুপিয়া
अर्थ : ভাৰতত প্রচলিত মুদ্রা
उदाहरणे :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
समानार्थी : টকা, ভাৰতীয় টকা, ৰুপিয়া