अर्थ : পাকিস্তানত প্রচলিত মুদ্রা
उदाहरणे :
তেওঁ ব্যৱসায়ীজনক পাকিস্তানী ৰুপীৰ দʼম এটা গটাই দিলে
समानार्थी : পাকিস্তানী ৰুপী, ৰুপী
अर्थ : ভাৰতত প্রচলিত মুদ্রা
उदाहरणे :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
समानार्थी : টকা, ভাৰতীয় টকা, ৰুপী
अर्थ : নেপালত প্রচলিত মুদ্রা
उदाहरणे :
তেওঁ দহ আৰু বিশৰ নেপালী ৰুপিয়া দিছিল
समानार्थी : নেপালীজ ৰুপী
अर्थ : ইণ্ডোনেছিয়াত চলা মুদ্রা
उदाहरणे :
দহ হাজাৰ ৰুপিয়াত আমি সম্পূর্ণ ইণ্ডোনেছিয়াৰ ভ্রমণ কৰিলো