पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ৰুচিকৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ৰুচিকৰ   বিশেষণ

अर्थ : ৰুচিৰ অনুকূল বা ভাল লগা

उदाहरणे : এইয়া মোৰ পচন্দৰ খাদ্য

समानार्थी : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত

अर्थ : যি ৰুচিৰে ভৰপূৰ

उदाहरणे : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে

समानार्थी : ভাল, ৰসাল, ৰুচিসম্পন্ন, ৰোচক

अर्थ : ৰুচি উৎপন্ন কৰোঁতা

उदाहरणे : মোৰ মায়ে ৰুচিকৰ আহাৰ ৰান্ধে

चौपाल