पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ৰিয়েল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ৰিয়েল   বিশেষ্য

अर्थ : ব্রাজিলত চলা মুদ্রা

उदाहरणे : এক কিলো ব্রাজিল নাট কিমান ৰিয়েলত আহে?

अर्थ : ছৌদি আৰবত প্রচলিত মুদ্রা

उदाहरणे : জমীলে ছৌদি আৰব ৰিয়েল সলনি কৰি এয়াৰপʼর্টতে ৰুপী বা টকা লৈ লৈছিল

समानार्थी : ছৌদি আৰব ৰিয়েল

अर्थ : য়েমেন তথা ইৰাণত চলা মুদ্রা

उदाहरणे : তেওঁ ৰিয়েলক ভাৰতীয় টকালৈ সলালে

अर्थ : ওমানত প্রচলিত মুদ্রা

उदाहरणे : তেওঁ ঘৰলে এহেজাৰ ওমানী ৰিয়েল পঠিয়ালে

समानार्थी : ওমানী ৰিয়েল

अर्थ : কম্বোডিয়াত প্রচলিত মুদ্রা

उदाहरणे : এক ইউৰো পাঁচ হাজাৰ দুশ তেইশ ৰিয়েলৰ সমান

अर्थ : এক পুৰণি স্পেনিচ মুদ্রা

उदाहरणे : তেওঁৰ ওচৰত পাঁচ ৰিয়েল আছে

समानार्थी : ৰেয়াল

अर्थ : য়েমেনত প্রচলিত মুদ্রা

उदाहरणे : য়েমেনি ৰিয়েলৰ তুলনাত ইৰাণী ৰিয়েলৰ মূল্য অধিক

समानार्थी : য়েমেনি ৰিয়েল

अर्थ : ইৰাণত প্রচলিত মুদ্রা

उदाहरणे : এক ইৰাণয়ান ৰিয়েল ভাৰতীয় বাৰ টকাৰ সমান হয়

समानार्थी : ইৰাণিয়ান ৰিয়েল

चौपाल