अर्थ : যি বস্তু ৰাসায়নিক ক্রিয়াৰ জৰিয়তে বনোৱা হয়
उदाहरणे :
গৱেষণাগাৰত বৈজ্ঞানিকে নতুন-নতুন ৰাসায়নিক পদার্থ ্তৈয়াৰ কৰে
समानार्थी : ্ৰাসায়নিক বস্তু, ৰাসায়নিক পদার্থ
अर्थ : ৰসায়ন শাস্ত্রৰ সৈতে সম্বন্ধ ৰখা বা ৰসায়ন সম্বন্ধীয়
उदाहरणे :
শৰীৰত আহাৰ পাচন হোৱাটো এটা ৰাসায়নিক প্রক্রিয়া