अर्थ : যি দেশৰ প্রতি দ্রোহ কৰিছে
उदाहरणे :
সতর্ক্্তা অৱলম্বন কৰি দেশদ্রোহীৰ ষড়যন্ত্র বিফল কৰিব পৰা যায়
समानार्थी : দেশদ্রোহী, ৰাজবিদ্রোহী
अर्थ : যিয়ে দেশৰ প্রতি বিদ্রোহ কৰিছে
उदाहरणे :
দেশদ্রোহী ব্যক্তিয়ে মৃত্যুদণ্ডৰ শাস্তি পোৱা উচিত
समानार्थी : দেশদ্রোহী