सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
उदाहरणे : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
समानार्थी : চৰকাৰ, দেশ
अर्थ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
उदाहरणे : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
समानार्थी : দেশ
अर्थ : কোনো দেশত বাস কৰা লোক
उदाहरणे : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
स्थापित करा