अर्थ : কিন্বন প্রক্রিয়াৰে প্রস্তুত কৰা এক প্রকাৰৰ মদ
उदाहरणे :
তেওঁ ঘৰত অকলে বহি মদ খাই আছে
समानार्थी : ৰম
अर्थ : ভগৱানৰ অৱতাৰ বুলি ধৰা দশৰথ ৰজাৰ পুত্র
उदाहरणे :
প্রতিজন হিন্দুৱে ভগৱান ৰামৰ পূজা কৰে
समानार्थी : দশৰথ নন্দন, দাশৰথ দাশৰথি, ৰঘুকুলনন্দন, ৰঘুতিলক, ৰঘুনাথ, ৰঘুপতি, ৰঘুবৰ, ৰঘুমণি, ৰামচন্দ্র