अर्थ : বদচাহ সম্বন্ধীয় বা বাদচাহৰ
उदाहरणे :
আমি ৰাজকীয় মহলবোৰ পৰি্দর্শন কৰিলো
अर्थ : ৰজাসকলৰ দৰে
उदाहरणे :
আজিকালিৰ মন্ত্রীসকলৰ জীৱন ৰাজকীয় হয়
अर्थ : ৰজাৰ বা ৰজা সম্বন্ধীয়
उदाहरणे :
এই মহলত ৰাজকীয় বস্তু সংগ্রহিত হৈ আছে
अर्थ : ৰাজ্যৰ সৈতে সম্বন্ধ ৰাখোঁতা
उदाहरणे :
ৰাজকীয় সমস্যাবোৰৰ প্রতি অৱহেলা কৰা অনুচিত
अर्थ : দেশীয় ৰাজ্যৰ লগত সম্বন্ধ ৰাখোতা
उदाहरणे :
বিদ্রোহীয়ে ৰাজকীয় খাজানা লুটিলে