अर्थ : নিচা আঁ্তৰাৰ সময়ত হোৱা অৱসাদ
उदाहरणे :
উন্মত্ততাৰ কাৰণে তেওঁ উঠিব পৰা নাই
समानार्थी : উন্মত্ততা
अर्थ : যাৰ খং উঠিছে
उदाहरणे :
খঙাল লোক বিবেকশূন্য হৈ পৰে
समानार्थी : কুপিত, কোদোৱা, কোপন, কোপান্বিত, কোপাৱিষ্ট, কোপিত, ক্রুদ্ধ, ক্রোধপৰ, ক্রোধপৰবশ, ক্রোধবশ, ক্রোধযুক্ত, ক্রোধান্ধ, ক্রোধান্বিত, ক্রোধাবিষ্ট, ক্রোধিত, ক্রোধী, ক্রোধোদ্দীপক, ক্রোধোন্মত্ত, খঙাল, গোঙোৰা, ৰাগান্ধ, ৰাগান্বিত, ৰুখাৰি, ৰুষ্ট
अर्थ : যি স্বভাৱতেই অধিক খং কৰে
उदाहरणे :
খঙাল ব্যক্তিৰ পৰা সকলোৱেই আঁতৰি থাকিব বিচাৰে
समानार्थी : কুপিত, কোদোৱা, কোপন, কোপান্বিত, কোপাৱিষ্ট, কোপিত, ক্রুদ্ধ, ক্রোধপৰ, ক্রোধপৰবশ, ক্রোধবশ, ক্রোধযুক্ত, ক্রোধান্ধ, ক্রোধান্বিত, ক্রোধাবিষ্ট, ক্রোধিত, ক্রোধী, ক্রোধোদ্দীপক, ক্রোধোন্মত্ত, খঙাল, খঙ্গাল, গোঙোৰা, ৰাগান্ধ, ৰাগান্বিত, ৰুখাৰি, ৰুষ্ট