सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
उदाहरणे : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
समानार्थी : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত
अर्थ : মানুহৰ সমষ্টি বা সমূহ
उदाहरणे : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
समानार्थी : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি
अर्थ : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
उदाहरणे : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
समानार्थी : জনতা, জনমানস
अर्थ : পৃথিৱীত থকা লোক
उदाहरणे : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
समानार्थी : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ
स्थापित करा