सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দাইল হিচাপে খোৱা বীজৰ এবিধ মাহজাতীয় গছ
उदाहरणे : বালি মাটিত ৰহৰ খেতিৰ বাবে উপযোগী
समानार्थी : ৰহৰ, ৰহৰ মাহৰ গছ
अर्थ : এবিধ দাইল হিচাপে খোৱা মাহজাতীয় শস্য
उदाहरणे : এই বছৰ ৰহৰ মাহৰ খেতি ভাল হৈছে
समानार्थी : ৰহৰ
स्थापित करा