अर्थ : জুইৰ ওপৰত ৰাখি গলোৱা বা তৈয়াৰ কৰা কার্য
उदाहरणे :
মাংসখিনি ভালদৰে সিজোৱা নাই
समानार्थी : সিজোৱা
अर्थ : আহাৰ প্রস্তুত কৰা
उदाहरणे :
মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
समानार्थी : পকোৱা, পগোৱা, ৰন্ধা-বঢ়া কৰা