अर्थ : যুদ্ধক্ষেত্রত বীৰত্বৰে যুদ্ধ কৰা যুঁ্জাৰু
उदाहरणे :
ৰণক্ষেত্র ৰণবীৰৰ তেজেৰে ৰাঙলী হʼল
अर्थ : যি ঠাইত যুদ্ধ হয় বা হৈছিল
उदाहरणे :
তেওঁ শেষ মুহূর্তলৈকে যুদ্ধভূমিত সাহসেৰে যুঁজি আছিল
समानार्थी : যুদ্ধক্ষেত্র, যুদ্ধভূমি, সমৰ-ভূমি, সমৰক্ষেত্র, ৰণ-ভূমি, ৰণথলী