सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়
उदाहरणे : এই শাৰীখন পাট সূতাৰে তৈয়াৰী
समानार्थी : গুণ, সূতা, সূত্র
अर्थ : সূতা, শন আদিৰে বাটি তৈয়াৰ কৰা এবিধ দীঘলীয়া বস্তু যাক বিশেষকৈ বন্ধা আদি কামত ব্যৱহাৰ কৰা হয়
उदाहरणे : গাঁৱৰ মানুহে চোৰটোক ৰচীৰে বান্ধি পেলালে
समानार्थी : জৰী, ৰচী
स्थापित करा