सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি স্ত্রীৰ ৰজ প্রৱাহিত হয়
उदाहरणे : ৰজস্বলাক গর্ভধাৰণ নকৰাৰ বাবে মানুহে আমনি কৰিবলৈ ধৰিলে
समानार्थी : ঋতুমতী, পুষ্পিতা, পুষ্পৱতী
अर्थ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
उदाहरणे : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
समानार्थी : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, মাহেকীয়া, ৰজঃ
अर्थ : যাৰ ৰজ প্রবাহিত হৈ আছে
उदाहरणे : ৰজস্বলা স্ত্রীয়েহে গর্ভ ্ধাৰণ কৰিব পাৰে
समानार्थी : ঋতুমতী, ৰজৱতী
स्थापित करा