पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ৰচনা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ৰচনা   বিশেষ্য

अर्थ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

उदाहरणे : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

समानार्थी : আকৃতি, ৰূপ

अर्थ : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

उदाहरणे : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

समानार्थी : নিবন্ধ, প্রবন্ধ, লেখা

अर्थ : অনেক অৱয়বযুক্ত ৰচনা

उदाहरणे : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল

समानार्थी : গঠন

अर्थ : সাহিত্য সম্বন্ধীয় কৃতি

उदाहरणे : তুলসীদাসৰ ৰামচৰিত মানস বিশ্ব প্রসিদ্ধ সাহিত্য কৃতি

समानार्थी : সাহিত্য কৃতি, সাহিত্যিক ৰচনা

अर्थ : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব

उदाहरणे : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল

समानार्थी : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, সৃষ্টি, স্রজন

ৰচনা   ক্ৰিয়া

अर्थ : কোনো সাহিত্যিক কৃতিৰ নি্র্মাণ কৰা

उदाहरणे : তেওঁ ্এটা নতুন কবিতা ৰচনা কৰিছে

चौपाल