सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ৰক্ত বর্ণৰ
उदाहरणे : ৰামৰ হাতত এখন ৰঙা ৰুমাল আছিল
समानार्थी : তেজাল, লাল, ৰঙা
अर्थ : তেজ বৰণৰ
उदाहरणे : পুৱাৰ সূর্য ্লোহিত ্বর্ণৰ হয়
समानार्थी : তেজৰঙী, লোহিত, ্ৰক্তবর্ণী, ৰক্তাভ
अर्थ : ৰঙা হোৱাৰ ভাব বা তেজৰঙা বৰণৰ
उदाहरणे : এই ফলটো পকিলে ৰঙচুৱা ৰঙৰ হৈ পৰে
समानार्थी : আৰক্ত, ৰঙচুৱা
स्थापित करा