अर्थ : ষাঠিৰ লগত ন যোগ কৰিলে পোৱা সংখ্যা
उदाहरणे :
আৰে ! তুমিচোন ঊনসত্তৰটো ওলোটাকৈ লিখি দিছা !!
समानार्थी : ঊনসত্তৰ
अर्थ : ষাঠি আৰি ন বা সত্তৰতকৈ এক কম
उदाहरणे :
এই সময়ত মোৰ ওচৰত মাত্র ঊনসত্তৰ টকা আছে
समानार्थी : ঊনসত্তৰ