सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ন-ৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
उदाहरणे : দিব্যাই দহলৈকে গণনা কৰিব পাৰে
समानार्थी : দশম, দহ
अर्थ : অংকৰ স্থানৰ হিচাপত এককৰ ঘৰৰ পৰা হিচাপ কৰিলে পোৱা পঞ্চম স্থান, যʼত দহ হাজাৰ গুণিতক পোৱা যায়
उदाहरणे : পঁছিশ হাজাৰত দুইটো অযুতৰ ঘৰৰ সংখ্যা
समानार्थी : অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
अर्थ : দহ হাজাৰ যোগ কৰিলে পোৱা সংখ্যা
उदाहरणे : তেওঁ দহ ্ হাজাৰৰ কাৰণে শিশুজনক অপহৰণ কৰিছিল
समानार्थी : দহ হাজাৰ, ০০০, ১০ হাজাৰ
अर्थ : ন যোগ এক
उदाहरणे : তেওঁ দহ দিন আগতেই ইয়ালৈ আহিছিল
समानार्थी : দহ
अर्थ : দহ লাখ
उदाहरणे : দহ লাখ হেক্টৰ জুৰি এই অঞ্চলটো বিয়পি আছে
समानार्थी : এক মিলিয়ন, দহ লাখ, মিলিয়ন, ০০০০০, ১০ লাখ
अर्थ : দহ হাজাৰ............
उदाहरणे : তেওঁ ্ মোক দহ হাজাৰ টকা খুজিলে
समानार्थी : এক অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
स्थापित करा