सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে
उदाहरणे : এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি
समानार्थी : খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা
स्थापित करा