अर्थ : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া
उदाहरणे :
ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে
अर्थ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
उदाहरणे :
মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
समानार्थी : অসফল হোৱা, পৰাজিত হোৱা