सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কʼৰবাৰ পৰা পানী আহি জমা হোৱা ঠাই বা যি ঠাইত পানী জমা হয়
उदाहरणे : জলাশয়ত পদুম ফুল ফুলি আছে
समानार्थी : জলাশয়
अर्थ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
उदाहरणे : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
समानार्थी : খাল, জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ
अर्थ : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
उदाहरणे : তেওঁ সৰোবৰত গা ধুই আছে
समानार्थी : জলাশয়, ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰসী, সৰোবৰ
स्थापित करा