अर्थ : কোনো কার্যৰ ্বাকী নথকা
उदाहरणे :
আপোনাৰ ভাত খোৱা হʼল নেকি
अर्थ : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা
उदाहरणे :
সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে
समानार्थी : সমাবেশ হোৱা
अर्थ : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা
उदाहरणे :
এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়
अर्थ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
उदाहरणे :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
समानार्थी : থকা, স্থিত হোৱা
अर्थ : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা
उदाहरणे :
মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল
अर्थ : প্রতিৰূপ হোৱা
उदाहरणे :
মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে