सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
उदाहरणे : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
समानार्थी : অর্থ, কাৰক, কাৰণ, নিমিত্ত, মূল
अर्थ : প্রমাণিত কৰা কোনো কথা
उदाहरणे : উকীলে হেতুৰ সন্ধানত লাগি আছে
अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
उदाहरणे : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
समानार्थी : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য
अर्थ : মূল কাৰণ
उदाहरणे : সমস্যাৰ হেতুৰ প্রতি ধ্যান দি সমাধান বিচাৰক
स्थापित करा