सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে
उदाहरणे : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে
समानार्थी : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, গোলমাল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হৈ-চৈ, ৰিঙা-ৰোৱা
अर्थ : ব্যৱস্থাৰ অভাৱ
उदाहरणे : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
समानार्थी : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘমঘণ্ট, বিশৃংখলা
अर्थ : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ
उदाहरणे : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
समानार्थी : কিৰিলি, কেলকেলনি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হৈ-চৈ
अर्थ : জনসাধাৰণৰ মাজত সংশয়ৰ কাৰণে হোৱা কোলাহল আৰু লৰা-ধপৰাৰ এক অৱস্থা
उदाहरणे : গাঁৱত ডকাইত অহাৰ লগে-লগে হুলস্থূল লাগিল
समानार्थी : হৈ-চৈ
अर्थ : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ
उदाहरणे : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
समानार्थी : উখল-মাখল, ঘমঘণ্ট
स्थापित करा