पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील হুমুনিয়াহ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

হুমুনিয়াহ   বিশেষ্য

अर्थ : দুর্বল আৰু নির্দোষী লোকক আমনি বা অত্যাচাৰ কৰাৰ বাবে তেওঁলোকে মনত পোৱা কষ্ট

उदाहरणे : নির্দোষী প্রজাৰ হুমুনিয়াহেই অত্যাচাৰী ৰজাৰ বিনাশৰ কাৰণ হʼল

अर्थ : দুখত বা উদাস হৈ থাকিলে লোৱা ঠাণ্ডা শ্বাস

उदाहरणे : ৰামুৱে হুমুনিয়াহ কাঢ়িলে আৰু ৰামৰ কাহিনী কʼবলৈ ধৰিলে

समानार्थी : হা-হুমুনিয়াহ

चौपाल