सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সম্পূর্ণৰূপে সেই ৰূপতে
उदाहरणे : এই মূর্তিটো হুবহুৰূপে গঞাৰ মূর্তিৰ দৰেই হৈছে
समानार्थी : হুবহুৰূপে
अर्थ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
उदाहरणे :
समानार्थी : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ
अर्थ : এই ধৰণৰ
उदाहरणे : এনেকুৱা মোনা মোৰ ওচৰতো আছে
समानार्थी : অনুৰূপ, এই প্রকাৰৰ, এনেকুৱা, সদৃশ
अर्थ : একেবাৰে সমান বা অনুৰূপ ধৰণৰ
उदाहरणे : এই কর্মটো এটা ডাঙৰ কামৰ হুবহু নকল
स्थापित करा