सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বতাহত মিহলি হৈ থকা ভাপৰ অতি সূক্ষ্ম অণু যি শীতৰ কাৰণে পৃথিৱীত বগা তৰপ হৈ জমা হয়
उदाहरणे : অত্যধিক কুঁৱলী পৰাৰ কাৰণে আলুৰ খেতিডৰা নষ্ট পালে
समानार्थी : কুঁৱলি, কুঁৱলী, কুব্জটিকা, কুহেলিকা, তুহিন
अर्थ : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে
उदाहरणे : আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে
समानार्थी : বৰফ
स्थापित करा