अर्थ : হিন্দী ভাষাৰ প্রাৰম্ভিক স্বৰূপ
उदाहरणे :
হিন্দুস্তানী দিল্লীৰ আশে-পাশে কোৱা হয়
समानार्थी : হিন্দুস্থানী
अर्थ : ভাৰতৰ বা ভাৰতৰ সৈতে সম্বন্ধ ৰাখোতা
उदाहरणे :
বহুত দিনলৈকে ভাৰতীয় জনতাই গোলামৰ শিকলিত বান্ধখাই আছিল
समानार्थी : ভাৰতীয়, হিন্দুস্থানী