अर्थ : আয়-ব্যয় আদিৰ বিৱৰণ
उदाहरणे :
বেংক কর্তৃপক্ষই প্রতিমাহতে হিচাপ-নিকাচ কৰে
समानार्थी : হিচাপ, হিচাব, হিচাব-নিকাচ
अर्थ : কোনো বস্তু, কাম আদিৰ বিৱৰণ
उदाहरणे :
এই পুৰণি মন্দিৰটোৰ হিচাব-নিকাচ পূজাৰীৰ হাতত আছে
समानार्थी : লেখ-জোখ, হিচাব-নিকাচ