सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : হালধি, কেশৰ আদিৰ ৰঙৰ দৰে ৰং
उदाहरणे : এঠাইত হালধীয়া আৰু আন ঠাইত ৰঙা ভৰোৱা
समानार्थी : হালধীয়া ৰং
अर्थ : কেশৰৰ ৰঙৰ
उदाहरणे : যজ্ঞথলীৰ ঠায়ে-ঠায়ে হালধীয়া ধ্বজা উৰি আছিল
अर्थ : হালধিৰ দৰে ৰঙৰ
उदाहरणे : তেওঁ পিন্ধা কাপোৰখন হালধীয়া
समानार्थी : পাণ্ডুৰ, পীতাভ, হাৰিদ্র
स्थापित करा