पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील হাতোৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

হাতোৰা   বিশেষ্য

अर्थ : হাতোৰাৰ লাক্ষণিক প্ৰয়োগ

उदाहरणे : মৃত্যুৰ হাতোৰাৰ পৰা কোনো বাচিব নোৱাৰে

अर्थ : পশু বা পক্ষীৰ আকোঁৰা পঞ্জা বিশেষ

उदाहरणे : নিগনিটো বাঘৰ হাতোৰাত পৰিল

समानार्थी : পঞ্জা

अर्थ : পশু, পক্ষী আদিৰ হাত বা ভৰিৰ আঙুলিৰ সমষ্টি

उदाहरणे : বাঘটোৱে হৰিণাটোক হাতোৰাৰে হেঁচি ধৰিলে

समानार्थी : পাঞ্জা, বাকুহা, হাঁতোৰা

अर्थ : সা-সঁজুলি আদিৰ ধৰা অংশ

उदाहरणे : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে

समानार्थी : ঠাৰি, মুঠি, হাত, হেণ্ডেল

चौपाल