सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
उदाहरणे : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
समानार्थी : উপকৰণ, যতন, সঁজুলি, সাধন, হাথিয়াৰ
अर्थ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে
उदाहरणे :
समानार्थी : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাথিয়াৰ
अर्थ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়
उदाहरणे : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে
समानार्थी : অস্ত্র, হাথিয়াৰ
स्थापित करा