पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील হাজাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

হাজাৰ   বিশেষ্য

अर्थ : দহটা এশ যোগ কৰিলে যি সংখ্যা পোৱা যায়

उदाहरणे : পাঁচশ আৰু পাঁচশ মিলি হাজাৰ হয়

समानार्थी : সহস্র

अर्थ : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে

उदाहरणे : পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে

समानार्थी : হেজাৰ

হাজাৰ   বিশেষণ

अर्थ : দহ শ

उदाहरणे : তেওঁ ্মোৰ পৰা হাজাৰ টকা ধাৰ লʼলে

समानार्थी : এহাজাৰ, এহেজাৰ, সহস্র, হেজাৰ

चौपाल