अर्थ : খোৱা আহাৰ পেটলৈ গৈ শৰীৰত প্রয়োজন হোৱা পদার্থৰ ৰূপত পৰি্ৱর্তন ্হোৱা প্রক্রিয়া
उदाहरणे :
আহাৰ ভালদৰে হজম নোহোৱাৰ কাৰণে কোষ্ঠবদ্ধতা ৰোগ হয়
समानार्थी : পাচন, পাচন ক্রিয়া
अर्थ : বেইমানী বা অনুচিত ৰীতিৰে অধিকাৰ কৰা
उदाहरणे :
সৰু ভায়েকৰ হজম কৰা ধনে তেওঁক ্নাটিলে