अर्थ : কোনো বস্তুৰ সৰু-সৰু অংগ বা অংশ ছিঙি পৰা অৱস্থা
उदाहरणे :
তেওঁৰ চুলি বহুত সৰিছে
समानार्थी : সৰি পৰা
अर्थ : ঝাড়ুৰে জাবৰ আদি গুচোৱা কার্য
उदाहरणे :
তেওঁ নিজৰ ঘৰটোত ঝাড়ু দিছে
समानार्थी : ঝাড়ু দিয়া, ঝাড়ু লগোৱা