सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়
उदाहरणे : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই
समानार्थी : উত্তম, ভাল
अर्थ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
उदाहरणे : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
समानार्थी : ভাল, সজ্জন, সাধু, সুজন
अर्थ : যʼত সৎগুণ আছে
उदाहरणे : সৎগুণী লোক প্রশংসাৰ প্রাত্র
समानार्थी : গুণশালী, গুণী, গুণৱান, গুনৱন্ত, সদ্গুণী, সৎগুণী
स्थापित करा