अर्थ : পাহৰি যোৱা অৱস্থা বা ভাৱ
उदाहरणे :
পাহৰণৰ কাৰণে বস্তু বিচাৰিলেও পোৱা নাযায়
समानार्थी : অপস্মাৰ, পাহৰণ, পাহৰণি, পাহৰি যোৱা-, প্রস্মৰণ, বিস্মৃতি, বিস্মৰণ, ভ্রম, স্মৃতিবিভ্রম, স্মৃতিলোপ, স্মৃতিহানি
अर्थ : স্মৃতিহীন হোৱা অৱস্থা বা ভাব
उदाहरणे :
মূৰত বেছি আঘাত পোৱা কাৰণে তেওঁ স্মৃতিহীনতাত ভুগিছে
समानार्थी : প্রস্মৰণ, বিস্মৃতি, স্মৃতিবিভ্রম, স্মৃতিলোপ, স্মৃতিহানি, স্মৃতিহীনতা