अर्थ : মনত ৰাখিব পৰা শক্তি
उदाहरणे :
এইজন বিষয়াৰ স্মৃতিশক্তি অতি ্দুর্বল
समानार्थी : স্মৃতিশক্তি, স্মৰণ শক্তি
अर्थ : প্রথমে দেখা কথাৰে মনত উদয় হোৱা সংস্কাৰবোধ
उदाहरणे :
স্মৃতি সহজে মনৰ মাজৰ পৰা মচিব নোৱাৰি
समानार्थी : অভিজ্ঞা