पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील স্বেচ্ছাচাৰী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

স্বেচ্ছাচাৰী   বিশেষ্য

अर्थ : যিজনে নিজ ইচ্ছাৰে অধিকাৰৰ প্রয়োগ বা ব্যৱহাৰ কৰে

उदाहरणे : এই কোম্পানীটোৰ স্বেচ্ছাচাৰী মালিকজনে কোনো কর্ম্্চাৰীৰে একো কথা নুশুনে হিটলাৰ বহুত স্বেচ্ছাচাৰী আছিল

समानार्थी : স্বৈৰাচাৰী

স্বেচ্ছাচাৰী   বিশেষণ

अर्थ : নিজৰ ইচ্ছা অনুসৰি সকলো কাম কৰিব পৰাজন

उदाहरणे : কিছুমান লোকে স্বচ্ছন্দ জীৱনযাপন কৰিব বিচাৰে

समानार्थी : স্বচ্ছন্দ, স্বতন্ত্র

अर्थ : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই

उदाहरणे : হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল

समानार्थी : কুণ্ঠাৰহিত, নিৰঙ্কুশ, বাধাহীন, লেকাম নাইকিয়া, স্বেচ্ছাকৃত

चौपाल