पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील স্বীকৃতি দিয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

স্বীকৃতি দিয়া   ক্ৰিয়া

अर्थ : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা

उदाहरणे : প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে

समानार्थी : সন্মতি জনোৱা, স্বীকাৰ কৰা, হাঁ কৰা

अर्थ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

उदाहरणे : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

समानार्थी : মানা, স্বীকাৰ কৰা

चौपाल