पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील স্বীকৃত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

স্বীকৃত   বিশেষণ

अर्थ : যাক অনুমতি দিয়া হৈছে

उदाहरणे : মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ

समानार्थी : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত

अर्थ : যাৰ সহমত লাভ কৰিছে

उदाहरणे : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

समानार्थी : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত

अर्थ : যিটো স্বীকাৰ কৰা হৈছে

उदाहरणे : এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা

समानार्थी : মান্য

अर्थ : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে

उदाहरणे : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত

समानार्थी : অংগীকৃত, অঙ্গীকৃত, গৃহীত, পৰিগৃহীত, স্বীকাৰ

अर्थ : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে

उदाहरणे : স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই

समानार्थी : অনুমতি প্রাপ্ত

चौपाल