पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील স্বীকাৰ কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

স্বীকাৰ কৰা   ক্ৰিয়া

अर्थ : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা

उदाहरणे : প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে

समानार्थी : সন্মতি জনোৱা, স্বীকৃতি দিয়া, হাঁ কৰা

अर्थ : সহমত হোৱা

उदाहरणे : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

समानार्थी : মনা, মানি চলা, ৰাজি হোৱা

अर्थ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

उदाहरणे : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

समानार्थी : গ্রহণ কৰা, লোৱা

अर्थ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

उदाहरणे : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

समानार्थी : মনা, মানি লোৱা

अर्थ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

उदाहरणे : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

समानार्थी : মানা, স্বীকৃতি দিয়া

अर्थ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

उदाहरणे : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

समानार्थी : গ্রহণ কৰা, লোৱা

चौपाल